Free shipping on order above INR 999/-

Description

Preview: Click here to Download Preview PDF

অসম ওডিছী- সম্পূৰ্ণ অসমকেন্দ্ৰিক গ্ৰন্থ 

অসম ওডিছী হ’ল অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা, বিভাগীয় পৰীক্ষা আৰু সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাক কেন্দ্ৰ কৰি প্ৰস্তুত কৰা সম্পূৰ্ণ অসমকেন্দ্ৰিক এখন কিতাপ। এই   কিতাপখনৰ সবিশেষ বিষয়বস্তু সমূহ তলত উল্লেখ কৰা হৈছে- 

১) অসমৰ ইতিহাসঃ প্ৰাক্-ঐতিহাসিক অসম, প্ৰব্ৰজনৰ ইতিহাস, প্ৰাচীন অসমৰ ইতিহাস, মধ্যযুগীয়, আধুনিক আৰু স্বৰাজোত্তৰ অসম ইতিহাস, স্বাধীনতা সংগ্ৰামত অসম, স্বাধীনতা সংগ্ৰামত ছাত্ৰ/মহিলাৰ ভূমিকা ইত্যাদি। 

২) অসমৰ সংস্কৃতিঃ অসমৰ সংস্কৃতিৰ ইতিহাসৰ প্ৰাথমিক তথ্য, নৃগোষ্ঠীয় উপাদান, লোক সংস্কৃতি, শিল্প আৰু উদ্যোগ, নৃত্যশৈলী, নৱ বৈষ্ণৱ ধৰ্ম, অসমীয়া চিনেমা/সংগীত, অসমৰ চিত্ৰকলা, অসমীয়া সাহিত্যৰ বিৱৰ্তন, বিশিষ্ট অসমীয়া সাহিত্যিক আৰু তেওঁলোকৰ ৰচনাৱলী, বিভিন্ন অসমীয়া গ্ৰন্থ/উপন্যাস/কবিতাৰ বিষয়বস্তু, নৃতাত্ত্বিক দৃশ্যপট আদি।

৩) অসমৰ অৰ্থনীতিঃ অসমৰ অৰ্থনীতিৰ সংক্ষিপ্ত বিৱৰণ, অসম অৰ্থনৈতিক সমীক্ষা (২০২৪-২৫),অসম বাজেট ( ২০২৫-২৬) মুদ্ৰাস্ফীতি/দৰিদ্ৰতা/নিবনুৱা সমস্যা (অসম), প্ৰত্যক্ষ বিদেশী বিনিয়োগ, ৰপ্তানি, সম্পদ, খনিজ,শিল্প উন্নয়ন, পৰ্যটন খণ্ড, চাহ উদ্যোগ ইত্যাদি।

 ৪) অসমৰ ৰাজনীতি: অসম প্ৰদেশৰ গঠন, ব্ৰিটিছ প্ৰশাসন, বিভিন্ন আন্দোলন আৰু চুক্তি, ভাৰতীয় সংবিধান নিৰ্মাণত অসমীয়া লোকৰ অৱদান ,ভাষা আন্দোলন, প্ৰধানমন্ত্ৰী/মুখ্যমন্ত্ৰী/বিধানসভাৰ অধ্যক্ষ/ৰাজ্যপাল, অসম পঞ্চায়ত, বড়োলেণ্ড আন্দোলন ইত্যাদি।

৫) অসমৰ ভূগোল: অসমৰ ভূ- প্ৰকৃতি, জলবায়ু, মৃত্তিকা, অসমৰ কৃষি, নদী ব্যৱস্থা, খনিজ সম্পদ, অসমৰ জনগাঁঠনি, অসমৰ বনাঞ্চল, অসমৰ পৰিৱেশ ।

মূল্য :  ৬৪৯/- (Rs. 649 Plus Delivery Rs. 100)

Book Details:

  • Format: Printed Book (Paperback)
  • Number of Pages: 692

2 reviews for অসম ওডিচী – The Assam Odyssey (Assamese Edition)

  1. Wahedul Islam

    Good

  2. Wahedul Islam

    Excellent Book

Add a review

Your email address will not be published. Required fields are marked *

অসম ওডিচী – The Assam Odyssey (Assamese Edition)

(2 customer reviews)

649.00

অসম ওডিচী is the Assamese edition of The Assam Odyssey, crafted specifically for Assamese-medium aspirants preparing for competitive examinations.

Product Information

  • Release January 3, 2026
  • Last update April 29, 2026
  • SKU 200
  • Categories Books